Posts

Showing posts from February, 2024

কৃতজ্ঞতাৰ ডায়েৰী-38

Image
আমি ভিতৰৰ পৰা যেনেকুৱা, আমাৰ মনন চিন্তন,কৰ্ম সকলোতে সেয়াই প্ৰতিফলিত হয়।ভিতৰৰ মানুহজনীক ধুনীয়া কৰি গৈ থাকিলে বাহিৰত সেইখিনি স্বতঃস্ফূৰ্তভাৱে প্ৰতিফলিত হৈ গৈ থাকিব...। ফুল প্রিয়,ফুলৰ সেই নীৰৱতা আমাৰ বাবে শক্তি: যি মৌন হৈ থাকিও নিজৰ ৰং আৰু সুগন্ধিৰে বহু কথাই কৈ যায়। সময়,সকাহ: এই সময়কেই কেতিয়াবা ঈশ্বৰ,কেতিয়াবা ভাগ্য বুলি বিশ্বাস কৰা যায়। বাকী মানুহৰ সৎ উদ্দেশ্যে অথলে নাযায়...।