কৃতজ্ঞতাৰ ডায়েৰী-38


আমি ভিতৰৰ পৰা যেনেকুৱা, আমাৰ মনন চিন্তন,কৰ্ম সকলোতে সেয়াই প্ৰতিফলিত হয়।ভিতৰৰ মানুহজনীক ধুনীয়া কৰি গৈ থাকিলে বাহিৰত সেইখিনি স্বতঃস্ফূৰ্তভাৱে প্ৰতিফলিত হৈ গৈ থাকিব...।

ফুল প্রিয়,ফুলৰ সেই নীৰৱতা আমাৰ বাবে শক্তি:

যি মৌন হৈ থাকিও নিজৰ ৰং আৰু সুগন্ধিৰে বহু কথাই কৈ যায়।

সময়,সকাহ:

এই সময়কেই কেতিয়াবা ঈশ্বৰ,কেতিয়াবা ভাগ্য বুলি বিশ্বাস কৰা যায়।

বাকী মানুহৰ সৎ উদ্দেশ্যে অথলে নাযায়...।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)