Posts

29/10/2025

Today’s session featured an insightful talk by Kul Saikia on “New Challenges in Language and Literature.”As literature remains a favorite area of interest, the discussion proved deeply engaging and thought-provoking. New concepts such as linguicide and language death were explored and understood in greater depth, revealing the fragility and significance of linguistic diversity. One of the assigned reading articles was also completed today, adding further clarity to the theme.

Creative,small aesthetics ,We can always carry🍃

1.Pressed flowers 2.Dried petal 3.(Personally I always carry)চন্দনৰ গুটি 4.Folded handwritten note or quote 5.Little crochet piece 6.Bookmark with pressed art 7.Tiny Perfume 8.Sticky notes

19/10/2025

Looking for novels related to the research area, along with an article to study and explore possible directions for further work. Each day includes visiting one creative account for inspiration,today’s discovery includes Satabdi Baruah’s account, Sengdoi, and similar pages.

শব্দ-কণ্ঠৰ মায়াময় যাত্ৰা-০২

(০১) গানে কি আনে... কথা:হীৰেন ভট্টাচাৰ্য সুৰ:জুবিন ●গানে কি আনে, সুৰৰ সোপানে সোপানে ●সোপান ●গানে শাওণৰ আকাশৰ দৰে কান্দে, গানে ৰূপহী বিজুলী চমকেৰে হাঁহে। (০২) হাঁহিলে তুমি... কথা/সুৰ:জুবিন প্রিয় শব্দ:মুকুতামণি,মৰমৰ সুবাসেৰে,অনামিকা,মন মাধুৰী, সোণসৰা সপোন ●"সেউজীয়া এটি ছবি মনৰে মাজতে আঁকি, ৰৈ আছোঁ অনামিকা।" (০৩) প্ৰীতিৰ সুবাসে কথা:ৰেণু শৰ্মা সুৰ:জুবিন প্রিয় শব্দ:প্ৰীতিৰ সুবাস,ৰজনীগন্ধা,শাৰদী জোনাক,অলকানন্দা (০৪) পথে-পথে জোনাকে... কথা:সবিতা শৰ্মা সুৰ:জুবিন ●"নিশাৰ পলে পলে মোৰ প্ৰীতিৰ হিয়া ফুলে।" ●"আন্ধাৰ আঁউসী মাজত আকাশ জোনাকী হাঁহি।" (০৫) শুনা শুনা... কথা/সুৰ:জুবিন ●"এন্ধাৰ ৰাতিৰ জোনাকী তুমি মোৰ জীৱনৰ ছবি মনৰ হেঁপাহো তুমি বহু ৰহণ আঁকি নীৰৱে মোৰ কাষত আছা।" ●"বুজিও নুবুজা কিয় নয়নৰ প্ৰকাশ,জানিও নাজানা কিয় মনৰ অভিলাষ" ●"আছিলা যেতিয়া দূৰত মেঘৰ সিপাৰত" ●"জীৱনে মোৰ নজনাকে চেনেহ বুলালে" (০৬) আশা মোৰ আশা কথা/সুৰ:জুবিন ●আশা মোৰ আশা এখনি সৰৱ নৈ ●মোৰ গানত আছে অনামিকা,মায়া সপোনৰ সুৰৰ  নুবুজা আশা। ●মোৰ গানে আনে বহুতো প্ৰকাশ পোৱা নোপ...

Becoming Who I Truly Am🌷~01

 1. What kind of environment makes you feel most yourself? → I cherish peaceful, natural, and simple environments. 2. When you’re alone, what thoughts or activities bring you comfort or inspiration? → I focus on self-care, improving my personality, and engaging in productive, artistic, and aesthetic activities. 3.How would you describe your ideal way of dressing? → My ideal style of dressing is traditional, artistic, and poetic. 4. When someone meets you for the first time, what do you wish they feel about your presence? → I want them to feel that I am peaceful, charismatic, artistic, and poetic. 5. Which words describe your heart best? → Poetic . 6. When you’re hurt or stressed, how do you usually respond? → I write.

শব্দ-কণ্ঠৰ মায়াময় যাত্ৰা-০১

Image
উৎস-ইণ্টাৰনেট "ওরাতো সব পথের মানুষ   তুমি পথের ধারের।" অর্থাৎ সিহঁততো সকলো বাটৰ মানুহ,তুমি বাটৰ দাঁতিৰ। ~ৰবীন্দ্ৰনাথ ঠাকুৰ 🍁জীৱনক জীৱনৰ দৰে ৰাখিবলৈ মানুহক প্ৰেম লাগে,সংগীত লাগে।সংগীত মোৰ বাবে এক জুৰণি।সংগীত বুলি ক'লেই শৈশৱৰ পৰাই মোৰ মন মগজুত শিপাই থকা এটাই নাম আছিল-জুবিন গাৰ্গ।ভাষাৰে বুজাব নোৱাৰিম তেওঁৰ সৃষ্টি কিমান আদৰৰ,কিমান মৰমৰ। তুমি মাত্ৰ কুশলে থাকিবা।জীৱনৰ শেষ দিনটোলৈকে আমি তোমাক,তোমাৰ সৃষ্টিক আলফুলে ৰাখিম।তুমি সংগীতৰ এজাক মুষলধাৰ বৰষুণ।এতিয়া তোমাৰ সৃষ্টিয়েই আমাৰ জীয়াই থকাৰ অনুপান। (জনা-বুজা হোৱাৰ পৰাই তেওঁৰ গানেৰেই মোৰ আৰম্ভ আৰু শেষ হয় জীৱনৰ প্ৰতিটো দিন।পঢ়া মনত নৰ'লেও তেওঁৰ গানৰ কথা সদায় ওঁঠৰ আগত থাকে।গানবোৰ বাৰে বাৰে শুনি বুকুত টোকৰ মৰা প্ৰতিটো শব্দ,প্রিয় শাৰী নিজে মন গ'লেই পঢ়িব পৰাকৈ আগৰে পৰা লিখি ৰাখিছিলোঁ।এতিয়া ভয় হ'ল,কিজানি কেতিয়াবা সময়ৰ সোঁতত ডায়েৰীবোৰ নোহোৱা হয়।এতিয়াৰ পৰা তেওঁৰ গানৰ সুৱদী শব্দবোৰ ,প্রিয় বাক্যবোৰ ইয়াতেই শৃংখলিত ৰূপত সাঁচি থ'ম।) (০১) মায়াবিনী ৰাতিৰ বুকুত... কথাছবি: দাগ মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আ...