The Art Of Noticing❤️

ৰৈ যোৱা মানেই স্থবিৰতা নহয়...।

ৰৈ যোৱা মানে নিজক নকৈ তুলি ধৰাৰ এটা স্বপ্নময় প্ৰক্ৰিয়া।

নিৰন্তৰ গৈ থকাৰ মাজতে কেতিয়াবা ক্ষন্তেক ৰৈ পিছলৈ ঘূৰি চোৱাৰ মাদকতা সুকীয়া।জীৱনৰ প্ৰতিটো মুহূৰ্ত,প্ৰতিটো পাৰ্থিৱ-অপাৰ্থিৱ বস্তু,সূক্ষ্ম ভাৱে চোৱাৰ আমেজ সুকীয়া।জীৱনত কিমান খৰকৈ যাব পাৰিছোঁ,সেইয়া বৰ বিশেষ ডাঙৰ কথা নহয়,বৰং জীৱনে দিয়া প্ৰতিটো উপহাৰ গ্ৰহণ কৰি এই মায়াবী জীৱন কিমান সাৰল্যতাৰে,আলফুলকৈ,কলাত্মকভাৱে জিয়াব পাৰিলোঁ সেইয়া আমাৰ বাবে অতিকৈ মহত্বপূৰ্ণ।সৰু হ'লেও আমি সকলোৱেই একো-একোটা তৰা।আমাৰো পোহৰ আছে,সেইয়া মনৰ পোহৰ।মনৰ পোহৰত মানুহ বহুদূৰ যায়।

Paying attention to the intricacies, complexities, and subtleties of life is the art of noticing. It's about taking the time to slow down, pay attention, and fully interact with our environment. We can develop our awareness of the sights, sounds, smells, and textures that are a part of our daily experiences by practicing the art of noticing. This increased consciousness has the potential to increase our life's sense of joy, fulfillment, and thankfulness.

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)