Posts

মনৰ বাতৰি-৩১

Image
জীৱন ধুনীয়া বুলি সোঁৱৰাই থাকিবলৈকে🌻 @I dream to be an IAS Officer. ~Devesh Sharma @I give 5 stars to your class.I love Cricket.Thank You. ~Nityaranjan Saikia @I aspired to become a travel vlogger. It was nice attending your class, Ma'am. Goodbye, until we meet again. ~Abinash Tanti @ভাল লাগিল আপোনাক লগ পাই।আশাকৰোঁ, আকৌ আপুনি আমাৰ ক্লাছলৈ আহিব। ~Munindra Das @I try to be a good human being. ~Saurav Upadhay @I dream of traveling all over the world. ~Kritartha Goswami

মনৰ বাতৰি-৩০

Image
নমস্কাৰ, মোৰ নাম মিতালী শইকীয়া।মই শিক্ষাতত্ব বিভাগৰ এগৰাকী ছাত্ৰী।আজি আপোনাৰ প্ৰথম ক্লাছ কৰি ভাল লাগিল।হাঁহি-ধেমালিৰ মাজেৰে ক্লাছটো আগবঢ়াই নিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।মই ধেমাজিৰ জীয়ৰী,বৰ্তমান এতিয়া গোলাঘাটত বহুতো আশা লৈ পঢ়িবলৈ আহিছোঁ।আশাকৰোঁ আপোনাৰ ক্লাছ পাছত যেন কেতিয়াবা আকৌ কৰিবলৈ পাম। অৱশেষত আৰু বিশেষ একো নকওঁ,আপোনাক লগ পাই ভাল লাগিল। ধন্যবাদ আপোনাৰ ছাত্ৰী  মিতালী শইকীয়া

মনৰ বাতৰি-২৯

Image
নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনুশিখা ভূমিজ।মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ এগৰাকী ছাত্ৰী।আজি আপোনাক লগ পাই বহুত ভাল লাগিল।বহুত বহুত ধন্যবাদ।

মনৰ বাতৰি-২৮

Image
 

মনৰ বাতৰি-২৭

Image
 

মনৰ বাতৰি-২৬

Image
এই যে কিছুমান মানুহক হঠাৎ লগ পাওঁ, ভাল লাগে,তাৰে উদাহৰণ-আপুনি।সদায় ভালে থাকক,সকলোকে ভালে ৰাখক। ~স্মৃতিৰেখা নেওগ Department Of Education

মনৰ বাতৰি-২৫

Image
নিজে কি বিচাৰোঁ বুলি ক'বলৈ  গ'লে আমাৰ মনটোৱে বহুত কিবা কিবি বিচাৰে।প্ৰথম,মোৰ ঘৰৰ মানুহখিনি সদায় আজিৰ নিচিনাকৈয়ে থাকক,মোৰ লগত থাকক,এইটোৱেই বিচাৰোঁ মোৰ জীৱনত। তাৰপৰা মোৰ নিজৰ  বহুত কিবা কিবি কৰিবলৈ মন আছিল,কিছুমান কাৰণত নোৱাৰিলোঁ কিন্তু যিমানখিনি পাইছোঁ মই বহুত সন্তুষ্ট।ক'বলৈ গ'লে যি লাগে বুলি কৈছোঁ, তাকে পাইছোঁ জীৱনত। এতিয়া ১৯ বছৰ হ'ল।ভাবিলে ভয় লাগে, দিনবোৰ গৈ আছে।কিন্তু মই  নিজৰ পৰিয়াল আৰু নিজৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ।Thank You Ma'am,লিখিবলৈ দিয়াৰ বাবে।আপোনাৰ নিচিনা ইমান Free Ma'am মই জীৱনত পোৱা নাই।আপোনাৰ লগত কথা পাতিলে বা আপুনি কথা ক'লে লগৰ নিচিনা অনুভৱ হয়।সকলোৱে বিচাৰে আমাৰ এটা 'Perfect Life' হওঁক।মইও বিচাৰোঁ।কিন্তু সেইবোৰ আঁতৰৰ পৰাহে ভাল লাগে।সকলোৰে জীৱনত সমস্যা থাকিবই।সৰুৰে পৰা কেতিয়া কেনেকৈ সময় গৈছে গমেই পোৱা নাই।সৰুতে আমি ইটো কৰিম,সিটো কৰিম বুলিয়ে দিনবোৰ গৈ আছে।এতিয়া কিবা এটা কৰি মা হঁতক গৌৰৱ অনুভৱ কৰাব বিচাৰোঁ। প্ৰতীক্ষা