মনৰ বাতৰি-৩০
নমস্কাৰ,
মোৰ নাম মিতালী শইকীয়া।মই শিক্ষাতত্ব বিভাগৰ এগৰাকী ছাত্ৰী।আজি আপোনাৰ প্ৰথম ক্লাছ কৰি ভাল লাগিল।হাঁহি-ধেমালিৰ মাজেৰে ক্লাছটো আগবঢ়াই নিয়াৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।মই ধেমাজিৰ জীয়ৰী,বৰ্তমান এতিয়া গোলাঘাটত বহুতো আশা লৈ পঢ়িবলৈ আহিছোঁ।আশাকৰোঁ আপোনাৰ ক্লাছ পাছত যেন কেতিয়াবা আকৌ কৰিবলৈ পাম।
অৱশেষত আৰু বিশেষ একো নকওঁ,আপোনাক লগ পাই ভাল লাগিল।
ধন্যবাদ
আপোনাৰ ছাত্ৰী
মিতালী শইকীয়া
Comments
Post a Comment