মনৰ বাতৰি-২৪


পোনপ্ৰথমে আপোনাক শ্ৰদ্ধা জনাইছোঁ বাইদেউ।প্ৰথমবাৰৰ বাবে আপোনাক আজি লগ পাইছোঁ যদিও প্ৰথম আপোনাক দেখিয়েই আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছোঁ।আৰু দ্বিতীয় দিন আপোনাক আকৌ কেতিয়া লগ পাম সেইয়া ক'ব নোৱাৰোঁ কিন্তু আজি প্ৰথম আপোনাক লগ পাই মই বহুত সুখী।মোৰ নাম খৰ্গাজ্যোতি বৰা।মই ৰাজনীতি বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী।আপোনাক ব্যক্তিগতভাৱে লগ পোৱাৰ আশাৰে ৰৈ থাকিম কাৰণ আপোনাৰ পৰা জানিবলগীয়া ঢেৰ কথা আছে।

আপোনাক আকৌ লগ পোৱাৰ আশাৰে।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)