মনৰ বাতৰি-২০
জোনাকী পৰুৱা হৈ আন্ধাৰক পোহৰাই তুলিলা
তুমি অচিনাকি হৈও আপোন হৈ পৰিলা।
তোমাক শ্ৰদ্ধা,তোমাক সেৱা।
পুনৰ লগ পোৱাৰ আশাৰে আজি দিলোঁ বিদায়...।
আপোনাক লগ পাই,আপোনাৰ কথা শুনি আপোনাক আপোন যেন লাগিল।অশেষ ধন্যবাদ, ইমান মূল্যৱান সময় আমাক দিয়াৰ বাবে।
Comments
Post a Comment