মনৰ বাতৰি-১৩



সুপ্ৰভাত বাইদেউ,অচিনাকি যদিও চিনাকি আপুনি

প্ৰথমেই আপোনাক বহুত বেছি ধন্যবাদ ক্লাছৰ প্ৰথমটো দিন হাঁহিৰ খোৰাকেৰে সকলোৰে মনবোৰ ভৰাই তোলাৰ বাবে।লগতে ক'ম যে আপোনাৰ কথাবোৰ আৰু আপুনি বহুত মৰমলগা।

আপুনি সোধাৰ দৰে মোৰ জীৱনৰ লক্ষ্য আপোনাৰ দৰেই এজনী বাইদেউ হোৱা।নাজানো লক্ষ্যত উপনীত হ'ব পাৰিম নে নাই কিন্তু যত্ন সদায়েই কৰি যাম।(পিছে আপোনাৰ নামটো জনাৰহে প্ৰৱল ইচ্ছা)

~দিপাঞ্জলী দত্ত

অসমীয়া বিভাগ

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)