মনৰ বাতৰি-১৫
জীৱনটো একপ্ৰকাৰৰ এখন ৰঙীন ছবিৰ দৰে।তাক সুন্দৰকৈ সজাব পাৰিলে দেখিবলৈ ভাল হয়।ঠিক সেইদৰে জীৱনটো নিজৰ,সেই জীৱনটো ভালকৈ উপস্থাপন কৰিলে সুন্দৰ হয়।আমাৰ নিজৰ জীৱনটোতকৈ আনৰ জীৱনটো বেছি ভাল যেন লাগে।সকলোৱে নিজক প্ৰথমে ভাল পাব লাগে তেতিয়া জীৱনটো সুন্দৰ হয়।মই মোৰ জীৱনটোক খুবেই ভালপাওঁ।এই জীৱনটোক ভালদৰে সজাই ৰঙীন কৰিব বিচাৰোঁ।সমাজৰ দহজনে যাতে ভাল বুলি কয়, মই তেনেদৰে প্ৰতিষ্ঠিত হ'ব বিচাৰোঁ।
~Dridismita Kalita
Comments
Post a Comment