মনৰ বাতৰি-১৪


নমস্কাৰ, মোৰ নাম শ্রীমতী মৃদুলা চুতীয়া। মই দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ চতুর্থ ষান্মাসিকৰ শিক্ষাতত্ত্ব বিভাগৰ এগৰাকী ছাত্রী। এই মহাবিদ্যালয়ত যিটো দিনত ভৰি দিছিলো সেই দিনাই মই মনতে দৃঢ় প্ৰতিজ্ঞা গ্রহণ কৰিছিলো যাতে জীৱনটো এক উজ্জ্বলতাৰে উজ্জ্বলাই তুলিব পাৰোঁ। সৰুৰে পৰাই মোৰ কেৱল এটাই আশা-এগৰাকী শিক্ষয়ত্রী হোৱাৰ।

মে'ম,আপোনাক আজি প্ৰথম লগ পাইছোঁ কিন্তু লগ পাই এনেকুৱা লাগিছে যেন আপুনি নিজৰ বাৰ দৰে মৰমিয়াল আৰু সহজ সৰল।আপোনাক লগ পাই বহুত ভাল লাগিল। Minor class সদায় আপুনি কৰিলেও বেয়া নাপাওঁ ।এনেকুৱা লাগিছে যেন সদায় আপোনাৰ class টো পোৱা হ'লে...।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)