আশাফুল

১.আচলতে মেমৰ লগত আচৰিত ধৰণে খুব অকস্মাতে চিনাকি ২০২৩ চনতে সম্ভৱ। কিন্তু এনেকৈ লগ পাই যাম বুলি ভবা নাছিলোঁ, তাৰ পাছত তৰুণ ছাৰ সেই একেখন কলেজৰে হ'ল। সকলো আকস্মিক। কি কম ভাষা নাই । । মোৰ যে কালি খুব কম কথা পতা হ'ল ইমান বেয়া লাগিছে।তোমালোকে ভালকৈ থাকিবা দেই ।মেম এখন ফৰকাল আকাশৰ দৰে, তেওঁলৈ চালে সকলোৱে মন ফৰকাল হৈ যায় ্ ।


২.আন্তৰিক ধন্যবাদ। আপোনাৰ কামৰ তুলনাত মোৰ এয়া তেনেই নগণ্য। মন ভৰি আছে এতিয়াও আপোনাৰ সান্নিধ্যৰে।একেলগে ইমান ক্ষেত্রত দখল আপোনাৰ । আচৰিত....! বহু দূৰ আগুৱাব আপুনি, মোৰ দৃঢ় বিশ্বাস। এদিন সকলোৱে আপোনাক চিনিব।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)