মনৰ বাতৰি-২১
পোনপ্ৰথমে আপোনালৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।আপোনাৰ বক্তব্যই জীৱনক এক নতুন দৃষ্টিকোণেৰে চোৱাত সহায় কৰিলে।সঁচাই সময় কম হ'লেও কিছুমান ব্যক্তিয়ে জীৱনত আনিব পাৰে গভীৰ সংযোগ,য'ত থাকিব পাৰে সমগ্ৰ জীৱনৰ বাবে আন এক অনুভৱ।যি হৈ পৰে অতি বিশেষ।শেষত ইয়াকে ক'ম ভাল লাগিল আপোনাক লগ পাই।
~শিখা তেলী
দ্বিতীয় ষান্মাসিক, ৰাজনীতি বিজ্ঞান বিভাগ
Comments
Post a Comment