মনৰ বাতৰি-১৮
বাইদেউ আপোনাক প্রথম দেখিয়ে আপানাৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিছো।
পোনপ্রথমে আপোনাক বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছো। মোৰ নাম শ্রীমতী ভায়লীনা কোঁৱৰ।মই ৰাজনীতি বিজ্ঞান বিভাগৰ চতুর্থ ষান্মাসিকৰ ছাত্ৰী।
আজিৰ দিনটো মোৰ বাবে এক শুভ দিন বুলি মই অনুভৱ কৰিছোঁ।কাৰণ খুব কম সময়ৰ বাবে হ'লেও আপুনি আমাৰ সম্মুখত যি বক্তব্য আগবঢ়ালে সেইয়া শুনি সঁচাকৈয়ে বহুত আকৰ্ষিত হ'লো।জীৱনত পুনৰবাৰ আপোনাক লগ পোৱাৰ আশাৰে....
ধন্যবাদ
Comments
Post a Comment