মনৰ বাতৰি-২৫
নিজে কি বিচাৰোঁ বুলি ক'বলৈ গ'লে আমাৰ মনটোৱে বহুত কিবা কিবি বিচাৰে।প্ৰথম,মোৰ ঘৰৰ মানুহখিনি সদায় আজিৰ নিচিনাকৈয়ে থাকক,মোৰ লগত থাকক,এইটোৱেই বিচাৰোঁ মোৰ জীৱনত।
তাৰপৰা মোৰ নিজৰ বহুত কিবা কিবি কৰিবলৈ মন আছিল,কিছুমান কাৰণত নোৱাৰিলোঁ কিন্তু যিমানখিনি পাইছোঁ মই বহুত সন্তুষ্ট।ক'বলৈ গ'লে যি লাগে বুলি কৈছোঁ, তাকে পাইছোঁ জীৱনত।
এতিয়া ১৯ বছৰ হ'ল।ভাবিলে ভয় লাগে, দিনবোৰ গৈ আছে।কিন্তু মই নিজৰ পৰিয়াল আৰু নিজৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ।Thank You Ma'am,লিখিবলৈ দিয়াৰ বাবে।আপোনাৰ নিচিনা ইমান Free Ma'am মই জীৱনত পোৱা নাই।আপোনাৰ লগত কথা পাতিলে বা আপুনি কথা ক'লে লগৰ নিচিনা অনুভৱ হয়।সকলোৱে বিচাৰে আমাৰ এটা 'Perfect Life' হওঁক।মইও বিচাৰোঁ।কিন্তু সেইবোৰ আঁতৰৰ পৰাহে ভাল লাগে।সকলোৰে জীৱনত সমস্যা থাকিবই।সৰুৰে পৰা কেতিয়া কেনেকৈ সময় গৈছে গমেই পোৱা নাই।সৰুতে আমি ইটো কৰিম,সিটো কৰিম বুলিয়ে দিনবোৰ গৈ আছে।এতিয়া কিবা এটা কৰি মা হঁতক গৌৰৱ অনুভৱ কৰাব বিচাৰোঁ।
প্ৰতীক্ষা
Comments
Post a Comment