মনৰ বাতৰি-৩৫


মোৰ লগৰী আৰু মোৰ অনুভৱ

নমস্কাৰ....

মোৰ নাম শ্রীমতী সুস্মীতা লিম্বু আৰু মোৰ লগৰীৰ নাম শ্রীমতী মুনমী গগৈ।আপুনি ইমান দূৰৰ পৰা আমাৰ মহাবিদ্যালয়লৈ অহাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ দিছোঁ।আমি আপোনাৰ লগত মুখামুখি ভাৱে কথা পাতিব নোৱাৰোঁ কিন্তু আপুনি আমাৰ বাবে ইমান ধুনীয়াকৈ মনৰ কথা লিখিতভাৱে আদান-প্রদান কৰিবলৈ সুবিধা দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।

আগলৈ আকৌ এবাৰ লগ পোৱাৰ আশাৰে....

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)