মনৰ বাতৰি-৩৪


মে'মৰ নামটো শুনিছিলোঁ কিন্তু লগ পোৱা নাছিলোঁ।অলপমান ভয় আছিল,মে'ম গৰাকী কেনেকুৱা হ'ব বুলি।কিন্তু যিদিনা লগ পালোঁ, সেইদিনাৰ পৰা মোৰ এনে লগা হ'ল যে-দেওবাৰটো কেতিয়া আহিব,মে'মজনীক কেতিয়া লগ পাম,তেনেকুৱা লাগে।মে'মক লগ পোৱাৰ পাছত পাহৰি যোৱা যায় যে কলেজত আছোঁ বুলি।মে'মৰ জীৱনশৈলীৰ(Life Style) বিষয়ে নাজানোঁ কিন্তু মোৰ মে'মগৰাকীক বহুত ভাল লাগে।মই এগৰাকী 'মে'ম' নহয় 'বা' এগৰাকী পালোঁ।গতিকে মই সুখী।কেতিয়াও মে'মৰ ক্লাছ কৰি আমনি নালাগে।মে'মৰ মাতটো শুনিলে সকলো দুখ নাইকিয়া হৈ যায়,সমস্যাবোৰো পাহৰি যাওঁ অলপ সময়ৰ বাবে ।Love you Ma'am♥️

~ভাগ্যলক্ষ্মী কলিতা

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)