Posts

Showing posts from May, 2025

Living as an Assamese Fairy Girl✨🌸

Image
Living as an Assamese Fairy Girl ✨🌸 To live as an Assamese fairy girl is to live with a gentle heart — soft like the first morning light , slow like the river’s quiet flow , and deeply rooted in the embrace of nature’s tender arms . It is to carry a world of dreams quietly within , and to let every small moment become a miracle . She begins her day with the warm comfort of tulsi tea , feeling the steam rise like a whispered prayer, and watches the dawn paint the sky in colors only her soul can truly see. Walking beneath ancient trees, she touches their bark softly, as if thanking old friends for their silent strength. Her simple Kurtis , handwoven scarves , and beloved gamusas wrap her not just in cloth but in stories — stories of her ancestors, her land, and her own quiet courage . She wears no glitter, yet her eyes hold a secret light — a quiet magic born of love and resilience . Flowers in her braid and a diary filled with pressed petals are reminders of fleeting beauty ...

My Everyday Rituals♥️

Image
🌼My Everyday Rituals I find joy in the little habits that quietly shape my days. Each morning, during my bus journey, I put on my earphones and let music fill my world. I often find myself daydreaming , letting my thoughts wander freely, painting soft stories in the sky outside my window. I always carry a notebook —just in case a poetic thought visits me. I jot things down, in fragments and feelings . I notice everything: how someone carries themselves , how someone speaks , the rhythm in the ordinary. Reading is another gentle part of my day. I make it a point to read something new every day , no matter how small. I underline words, lines, ideas —and keep them tucked away for the future, like tiny treasures. Language fascinates me. I’m always in search of new words , whether in Assamese or other languages. Words carry color, emotion, memory . I want to learn them, keep them close. Every day, I also choose to look at one person’s creative work —someone whose life or art inspir...

The Girl By The Window

Image
Another day unfolds here in Assam, tender and unhurried, and I welcome it just as it comes. I don’t follow a fixed schedule —the charm of my days lies in their quiet unpredictability. Each morning begins with the familiar 9 a.m. bus to Golaghat , but it’s never just a commute. It’s a slow-moving window into life itself. That 45-minute ride becomes a canvas of fleeting moments : the sway of green fields, strangers lost in thought, snippets of conversation that feel like passing poems . I sit by the window, watching it all—with soft eyes and a quiet heart. Once I step off the bus, a peaceful walk awaits me. Ten or fifteen minutes through a world that feels secret and alive. The earth beneath my feet, the scent of the season in the air , flowers blooming quietly on the roadside like whispered verses. Fallen leaves and delicate petals catch my eye—I stop, sometimes kneel, to gather a few. They find a home between the pages of my diaries and books, pressed into memory, kept like love le...

নিৰুপমা বৰগোহাঞি-আৰম্ভণি বাক্য

সেই নদী নিৰবধি ১ পগলাদিয়া নৈৰ পানীত ৰাতিপুৱাৰ ৰ'দ পৰি ঢৌবোৰ জিল্‌মিলাইছে। নৈখনৰ ঠিক সোঁমাজতে উভালি পৰি থকা বাঁহজোপাত পানীৰ সোঁতে বাধা পোৱাত কূল্-কূল শব্দ এটা উঠিছে।খুব কম বহল নৈখন। সিপাৰে কিছুদূৰলৈ বালি, ইপাৰে থিয় সিপাৰৰ বালি আহি কেতিয়াবা পানীত মিলিছেহি, কেতিয়াবা আকৌ সামান্য ওখ গৰাৰ সৃষ্টি কৰিছে বালিৰ গৰা। পানীয়ে দাঁতিবোৰ ছুই জুঁই গৰাৰ বালি চপৰা চপৰে খহাইছে। বাঁহজোপাত সোঁতে ঠেকা খাই কলকলোৱা শব্দটোৰ বাহিৰেও বালিৰ গৰা খহি পৰা শব্দও উঠিছে। অন্তঃস্রোতা ১২৩ মাকে যেতিয়া আহি ৰেণুক অনিতাহঁতৰ ঘৰলৈ কইনা চাবলৈ লগ ধৰিলেহি, ৰেণুৰ দুখন ভৰিৰ এখন যেন কৌতূহলত দৌৰ মাৰিব খুজিলে আৰু আনখন বেদনাৰ ভৰত স্থবিৰ হৈ ৰ'ল। তথাপি তাই মাকক নাযাওঁ নুবুলি সাজ-সজ্জা কৰিবলৈ গ'ল। সাধাৰণতে খুব বেছি স্টাইল নকৰে ৰেণুৱে। অকল ৰেণুৱে নহয়, সিহঁতৰ কোনো এজনী বাই-ভনীয়ে বেছি সাজোন-কাচোন নকৰে। এই বিষয়ত সিহঁতৰ ছোৱালীবোৰ ব্যতিক্রম বুলি মানুহে কোৱা কুই কৰে- ঠিক কোৱা কুই কৰাই নহয়, মানুহে প্রশংসাই কৰে যে আজিকালিৰ দিনত ৰেণুহঁতৰ দৰে ছোৱালী দেখিলে চকু জুৰ পৰি যায়। হৰেক ৰকমৰ ৰঙীন শাড়ী নিপিন্ধি সিহঁতে বেছিভাগ সময় তাঁতত বোৱা মেখেল...

দেওলাংখুই

দেওলাংখুই,ৰীতা চৌধুৰীৰ দ্বাৰা লিখিত এখনি উপন্যাস।জোঙাল বলহুৰ জীৱন-গাঁথাক মূল ভিত্তি হিচাপে লৈ উপন্যাস লিখি উলিওৱা হৈছে ।উপন্যাসখনত বিভিন্ন চৰিত্ৰ, যেনে-প্রতাপসিংহ-চন্দ্রপ্রভা, আৰিমত্ত-গঙ্গাৱতী, ৰত্নসিংহ-লখাইতৰা, জোঙাল বলহু-সুকোমলা আদিৰ কাহিনী উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে।উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০০৫ চনত।পৰৱৰ্তী সময়ত ২০০৮ বৰ্ষত এই উপন্যাসখনে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ৪৭,৯০,১০৩,১১৬,১৩০,১৮৪,২১৫,২৫০,৪০০ ১.মনত আনন্দ নাথাকিলে জানো বাহিৰৰ কথাই আনন্দ দিব পাৰে?47 ২. নহয়- তথাপি কিবা আছে। নামহীন, নুবুজা কিবা এটা। কিবা অলপ অনুভূতি তেওঁৰ মনত এতিয়াও আছে। গৰ্ভস্থ সন্তানে লৰি-চৰি উঠি তেওঁক বাৰে বাৰে সোঁৱৰাই দিয়ে তেওঁ প্রতাপচন্দ্ৰৰ পত্নী। প্রতাপচন্দ্ৰৰ সন্তান গৰ্ভত ধাৰণ কৰিছে তেওঁ। শিৰত এতিয়াও সেন্দূৰ লৈ আছে চন্দ্ৰপ্ৰভাই। মায়াপুৰৰ পৰা নিৰ্বাসিত হোৱাৰ সময়ত পিন্ধি থকা অলংকাৰবোৰ এতিয়াও পিন্ধি আছে। মাত্র খোপাত লগোৱা গুণাবোৰ, সোণৰ কাঁটাবোৰ, সোণৰ কাকৈখন, সোণ-ৰূপৰ ফুলবোৰ, কপালীডাল আৰু কৰৰ্ধনীডাল খুলি থৈছে।90 ৩.নিজৰ উৎস, নিজৰ পৰম্পৰা, নিজৰ অতীতক মনত ৰাখি কি লাভ? কি লাভ নিজৰ পৰিচিতিক ধৰি ৰাখি? যি পৰিচ...

অলকানন্দা

নলিনীবালা দেৱী ৰচনা সম্ভাৰ,পৃষ্ঠা-০২,০৩,০৫,০৯,১১,১৩,১৪,১৭,২০,২২,৩০,৩১,৫৬,৬১,৭৯ ১.মোৰ নিৰস প্ৰাণত ঢৌ তুলি যোৱা কোন তুমি ৰূপস্বপ্না? দুটি চকু মোৰ সজলে আৱৰা বিস্মৃতা মই আনমনা। ২.সুৰে কান্দে হাঁয়, নাই নাই নাই মালতী মৰহে কৰণী শুকায় পুৰতী তৰাৰ চকুলো নিজৰে পুৱালে মাধবী ৰাতি। ৩.সুৰৰ পৃথিৱী সুন্দৰ শোভাময় উচ্ছল সুৰ সৃষ্টি সপোন অপৰূপ ৰূপময়। ৪.পুৱতী নিশাত কোনেনো বজালে মোহনীয়া বাঁহী সুৰ,নিশাৰ তন্দ্ৰা বিভোৰ ভাঙিলে ঘুমটি ঘোৰ। ৫.মন উপবন সপোন মগন তুমি চিৰ অনুপম ৰূপ মালঞ্চ বনভূমি শোভা শুৰভিত মনোৰম। ৬.পুৱতী তৰাই মুখ লুকুৱালে আকাশ পলাশে বোলালে অৰুণ কোঁৱৰে হেজাৰ পোহৰে নিশাৰ চকুলো মচিলে। ৭.কোন সৰগৰ তৰা তুমি কোন সাগৰৰ মণি; অযুত তৰাৰ দেশত তুমিযে শাৰদী পূর্ণিমা জোন। তুমি কোন কোৱাঁ, কোৱাঁ তুমি কোন? ৮.মোৰ গীত শুনি তৰা ফুলবোৰে মিচিকি মিচিকি হাঁহিব নীলা, তোমাৰ জোনাক দেশত গীতৰ লহৰী তুলিব। ৯.সমীৰে ক'লে মধু জোছনাক এটুপি জোনাক দিয়া জোনোৱালী হৈ যাওঁ, জোনাকে ক'লে জোনাক লুকাল ডাৱৰে ঢাকিলে মুখ জোনাক বিচাৰি যাওঁ। ১০.ধূলিৰ মাজত ধূলিৰ কণিকাত এটি গীত লিখা ৰ'ব। সুৰবোৰে মোৰ ধূলিৰ মাজত জীৱনৰ কথা ক'ব। ১১.জোনাক তোম...

ভিন্নজনৰ দৃষ্টিৰে বাণীকান্ত কাকতি

  ভিন্নজনৰ দৃষ্টিৰে বাণীকান্ত কাকতি ১০০ অসম বৰেণ্য,সম্পাদনা-অনুভৱ পৰাশৰ,চিন্তামণি প্রকাশন, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪,প্রথম প্রকাশ: ২০২২ চন,পৃষ্ঠা-৩২৭,ISBN: 978-93-94240-46-9 সূৰ্য্য কুমাৰ ভূঞা : 'কলিকতা প্রেচিডেন্সি কলেজত আমি একেলগে পঢ়িছিলো। মই পঞ্চম বার্ষিকত থাকোতে তেওঁ তৃতীয় বার্ষিকত ভর্তি হৈছিল। তেতিয়া ১৯১৩ চন। ইডেন হোষ্টেলত থকা দুটি বছৰত তেওঁৰ আন আন আমোদ-প্রমোদ বাদ দি কিতাপতে একাণপতীয়াকৈ লাগি থকা দেখা পাইছিলো। তেওঁৰ স্বভাৱ নিজু আছিল, মানুহৰ লগত বৰ বেছি হলি-গলিও নকৰিছিল। কিন্তু যিবোৰ মানুহে তেওঁৰ সংস্পৰ্শত আহিবলৈ সুযোগ পাইছিল, সেইবোৰ মানুহে তেওঁৰ জ্ঞানৰ পৰিচয় পাই চমক খাই উঠিছিল। গভীৰ জ্ঞান আৰু অমায়িক ব্যৱহাৰৰ কাৰণে অধ্যাপক কাকতি কটন কলেজত সকলোৰে সন্মানৰ ব্যক্তি হিচাপে পৰিগণিত হয়। খুহুটীয়া মন্তব্যৰ কাৰণে তেওঁ বন্ধুবৰ্গ আৰু ছাত্ৰসকলৰ সমানে পৰিচিত আছিল। ড° মহেশ্বৰ নেওগঃ "অনেকৰ কাৰণে তেওঁৰ হাঁহিসনা চোকা হিউমাৰৰ দংশন পোনচাটে সহ্য কৰা টান, কিন্তু সেইফেৰা চম্ভালি ল'ব পাৰিলে তাৰ পিছত কাকতি ৰসাল আৰু হিতকৰ হৈয়ে দেখা দিয়ে।” ড° প্রফুল্ল দত্ত গোস্বামী: "তেওঁ ৰাইজৰ ম...

ন হন্যতে

  ন হন্যতে, মৈত্ৰেয়ী দেৱীৰ দ্বাৰা লিখিত এখন আত্মজীৱনীমূলক উপন্যাস।১৯৭৪ চনত পোনপ্ৰথমবাৰৰ কাৰণে এই উপন্যাসখন প্ৰকাশিত হয়।এই উপন্যাসৰ বাবেই লেখিকাই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।  এই উপন্যাসখন ভাৰতীয় বিভিন্ন ভাষালৈ অনুবাদ হোৱাৰ লগতে জার্মান, প'লিছ, স্পেনিছ, কোৰিয়ান আদি ভাষালৈকো অনুবাদ হৈছে। চিকাগো প্রেছে দেশ-বিদেশত ইংৰাজী সংস্কৰণ প্ৰকাশ কৰি বিতৰণৰ ব্যৱস্থা কৰিছে। অসমীয়া সাহিত্যৰ এগৰাকী পৰিচিত অনুবাদক গংগা প্রসাদ হাজৰিকাই অতি সাবলীল ভাষাত 'ন হন্যতে' অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে। ১.আকাশত উজ্জ্বল হৈ থকা তৰাবোৰ কত মানুহৰ কত যন্ত্ৰণাৰ সাক্ষী। মোৰ সমস্ত মনোজগত এই আকাশখনে মোহি আছে। ২.অপ্রিয় সত্য এটা গ্রহণ কৰিব পৰাকৈ নিজকে সাজু কৰিব পাৰি, কিন্তু অপ্রিয় মিছা কথা এষাৰৰ আঘাত বৰ অসহনীয়। ৩.সময়ৰ সমুদ্র তীৰত  যি জীৱনৰ হেৰালে আঁত  যদি সেয়া আকৌ আহে কেতিয়াবা  পোহৰায় মনৰ আকাশ  চন্দ্ৰতাৰকাৰ স'তে  বহি একে আসনত  সে সূর্যস্বৰূপ- মোক দেখুৱাবা বিশ্বৰূপ- তেতিয়া মোৰ হাতত নাথাকিব আন কোনো পন্থা- প্রণিধায় কায়ং প্রসন্নতা... ৪.দিন হৈছে, ৰাতি হৈছে, এনেকৈ অমোঘ নিয়মত পৃথিৱীৰ ...