জোনাকী



লেমৰ পোহৰে হৃদয়ত সানি দিছে সোণ হালধীয়া একাজলি উষ্ম আৱেশ; সেই আৱেশত নকৈ সৰিছে এমুঠি সেউজীয়াৰে সৈতে এজাক আৱেগৰ বৰষুণ।এৰা,যন্ত্ৰণাবিহীন জীৱনটো কাৰো নহয়...আৱেগৰ বানত নিজক জুবুৰিয়াই সপোনবোৰক খামুচি পাৰলৈ আহিব পৰাজনেই প্ৰকৃত জীৱন যোদ্ধা।এন্ধাৰক আৰু অভিশাপ নিদিওঁ দিয়া,পাৰিলে এডাল মম জ্বলাই ল'ম অথবা নিজেই হৈ পৰিম পোহৰ বিলোৱা এজনী জোনাকী✨


পাপৰি🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)