Posts

Showing posts from 2025

27/06/2025

I believe everything in life is a form of art — the way you live, how you dress, how you speak and love. It’s in your smile, your thoughts, your dreams. It’s in what you believe in and how you carry yourself. It’s in the meals you cook, the way you write, the things you choose, even your grocery list. The way you decorate your space, express your feelings, or move through each day — all of it is art. Life itself is a masterpiece in motion.

26/06/2025

Image
T oday, in my quiet leisure, I spent hours watching The Cottage Fairy . Her world feels like a soft lullaby—wrapped in forest stillness, handwoven routines, and the gentle rhythm of mindful living. I found myself pausing, rewinding, and watching again—just to catch the subtle magic in her everyday life. I began jotting down the little things that spoke to me: the way she begins her mornings with tea and sunlight, how she tends to her space with care, how she moves slowly, like time isn't something to chase but to cherish. There’s a healing presence in her simplicity—a kind of soul-soothing silence that makes me want to slow down too. Her rituals remind me that beauty exists in ordinary moments...in folded linen, wildflowers in glass jars, handwritten letters, and the way light spills through a window. Watching her felt like a gentle nudge to live with more intention, more tenderness, and more presence. Today, I didn’t just watch her videos—I documented a feeling, a reminder of h...

25/06/2025~Soft Echoes Of Today

Image
Th eme: “ Soft Echoes Of Today ” Date: June 25, 2025 It was a quiet, slow day. Two old songs by Jayanta Hazarika played in the background. His voice felt peaceful, like a memory. Later, a story by  Saurabh  Kumar Chaliha  was read. The writing was simple but deep—it made the heart feel calm. "ৰাতিপুৱা ৰবীন্দ্র-সংগীতৰ সুৰত নিখিলৰ টোপনি ভাঙিল। এটি আগেয়ে নুশুনা গান। কাণ দুখন অলপ সজাগ কৰি তাৰ কথাবোৰ বুজিবৰ সি এবাৰ ব্যৰ্থ চেষ্টা কৰিলে। চকু মেলি সি দেখিলে কোঠাত তাৰ স্বচ্ছ পোহৰ। খিৰিকিৰ ফুটাৰ ভিতৰেৰে বাহিৰৰ সূর্য-ৰশ্মি ভিতৰলৈ এটা সৰু ৰেখাৰে সোমাই আহিছে, ইতস্ততঃ বিক্ষিপ্ত ধূলিকণাৰ সহায়ত স্পষ্ট দেখা গৈছে তাৰ পথ। পোহৰৰ ঋজুৰেখ গতি..." অশান্ত ইলেক্ট্ৰন A small red petal fell on the notebook while reading. It stayed there, like a soft visitor. Wearing a blue kurti added to the stillness of the day. Everything felt calm, quiet, and full of meaning—even without many words. 🌿 Nature Moment(প্ৰকৃতিৰ সৈতে সাহচৰ্য): Went outside with my father today, sitting quietly in the car. The ...

In the Quiet, I Bloom❤️

Image
There was a time when I used to question myself—why I didn’t enjoy loud places, why I felt drained after being around too many people, why I found more comfort in trees than in crowded rooms. Everyone around me seemed so full of noise and laughter, so outgoing, as if that was the only way to belong. But slowly, I started listening to my own silence. I began to understand that I wasn’t made for constant chatter—I was made for still mornings, rustling leaves, soft petals pressed between pages, and small, honest moments. I started seeing plants not just as greenery, but as companions. I smiled when a bird sat near me, or when a caterpillar crawled over my hand as if we’d known each other. And maybe I don’t have a lot of human friends—but the ones I have, they matter deeply. They understand the quiet side of me. They know I don’t always speak much, but when I do, it comes from the heart. I often think about how I loved biology as a child. I’d stare at diagrams, fascinated by life’s tiny...

Grateful for the Gentle Light

Image
I don’t feel the need to be on social media all the time. I don’t chase likes or get lost in endless scrolling. In fact, there’s a quiet kind of peace in staying away from all that noise. But sometimes, I come across a few creative , soulful profiles — gentle spaces filled with pressed flowers , handwritten notes , soft art , or photos that remind me of old Assamese houses . And something about them feels so comforting , so real . They spark a warmth inside — like a soft reminder that even in a fast world, slow beauty still exists. Grateful to those creative profiles that bring so much light without even knowing it. Just one such post is enough to fill the heart with positivity and quiet strength — a gentle reminder that living gently is more than enough.

Where My Spirit Breathes Free

Image
I feel this deeply — it's about listening to the voice of your soul , not just following what the world expects from you. Sometimes we get so tangled in logic , fear , and the constant pressure to succeed that we forget who we truly are. But true purpose isn’t found in expectations — it grows quietly from within. In the soft mornings and slow sunsets of Assam , I’ve felt the gentle strength of nature — the whispering trees, the flowing rivers, the scent of wild flowers. These moments remind me of the abundance that already lives inside us, waiting to be noticed. Life is not a race — it’s a rhythm , a dance . And I believe we’re all here to move to our own beat, not the noise of the crowd. There’s beauty in choosing your own way, even if it’s slower, quieter, softer. And even death — it doesn't frighten me anymore. I see it as a peaceful return... back to the stardust we came from, back to the wide, cosmic embrace that has always held us, silently.

Softly, I Stay With Me

Image
  🍁There’s a quiet kind of strength in choosing yourself — In finding joy in the little things, in creating a world where peace doesn't depend on someone else’s presence. This is a glimpse into that world — where healing is slow, tender, and beautifully mine. Photography became my secret language . 🍁Every little capture — a fallen leaf, a flicker of sunlight on an old wall, shadows playing on my windowpane — told a story only I could hear. In those frames, I found not just beauty, but presence . I saw my emotions reflected in petals, skies, and empty streets. It felt like the world was quietly holding space for me. 🍁Then came the everyday rituals . Small, almost invisible to others. Arranging dried petals in my journal. Wearing soft kurtis , red lipstick , my favorite crochet hair accessories . I realized I didn’t need grand things to feel alive. These little habits became my prayer — my way of telling the universe: ✨ I choose joy, even in silence. ✨ 🍁For me, peace ...

Styling My Soul: The Little Things I Carry

Image
I’ve always found beauty in simplicity , and that’s why I love wearing kurtis —they’re graceful, comfortable, and reflect my rooted sense of style. A small bindi on my forehead feels like a quiet mark of tradition, connecting me to something timeless . I adore wearing jhumkas that dance gently with every movement, whispering elegance in their own way. A swipe of red lipstick adds boldness to my soft look—it’s my little splash of confidence . I often tie my hair with delicate crochet accessories , handmade with care, adding a touch of warmth and charm. I wear spectacles too—framing not just my eyes, but also a quiet strength and curiosity that defines me. I love carrying handmade crochet bags , each thread woven with charm and comfort. My aesthetic notebooks hold scattered thoughts, dreams, and pieces of poetry I find in ordinary moments. And the pressed flowers I gently collect and preserve remind me that beauty can be fragile , yet timeless . These little things—soft and...

The Color That Speaks to My Soul: Blue

Image
The Color That Speaks to My Soul: Blue বাৰে-বাৰে নীলাৰ প্ৰেমত পৰোঁ। My favorite color is blue , not just for how it looks, but for how it makes me feel . As a girl, blue feels like a quiet whisper to my heart—gentle, deep, and endlessly comforting. It reminds me of rainy days when the world feels soft and still, and of silent skies that hold my dreams. Blue wraps around my emotions like a warm hug when I feel low, yet gives me wings when I wish to fly. It’s the color of unspoken thoughts , of hope that never fades. To me, blue is more than just a shade—it's the color of my soul .

ভাড়াঘৰ

কিতাপ  : ভাড়াঘৰ (উপন্যাস) লেখকৰ নাম : হিতেশ ডেকা  প্রিয় সংলাপ: 🌼"ব্যৰ্থতাৰ বুকুত বহি মন মাৰি নিজক ধবংস কৰাতকৈ পৰৰ বাবে জীৱন উচ্ছৰ্গা কৰাত তৃপ্তি আছে জীৱনৰ নতুন সোৱাদ আছে।" 🌼"অভিজ্ঞতা যিমানেই পূৰঠ হ’ব কল্পনা হ’ব তিমানেই প্ৰাণস্পৰ্শী ৷" 🌼"মানসিক সুখ -স্বাচ্ছন্দ্য যাৰ থাকে, শাৰীৰিক সুখ - স্বাচ্ছন্দ্য তাৰ আপুনি আহে ৷ সেই দেখি মানসিক বিলাস যাৰ থাকে, শাৰীৰিক বিলাস তাৰ বাবে নিষ্প্ৰয়োজন ৷শিল্প সাহিত্যৰ দৰে বিলাসৰ বস্তু যাৰ থাকে তাৰ বাবে অইন বিলাসৰ কি প্ৰয়োজন? অলসতাত সাহিত্য অৰ্জন,বিলাসিতাত তাৰ বৰ্ধন ।" 🌼"ক্ষুধাৰ জ্বালা প্ৰশমিত কৰা যায় অন্নৰে, পিপাসাৰ জ্বালা উপশমিত কৰা যায় সুশীতল জলেৰে, কিন্তু বিৰহৰ জ্বালাৰ নাই একোতে উপশম, নাই একোতে ব্যতিক্ৰম ৷ তাতে হয় মন বিক্ষিপ্ত,হৃদয় উৎক্ষিপ্ত ৷ তাৰ জ্বালা নিবাৰণাৰ্থে যোগীয়ে আশ্ৰয় লয় সাধনাৰ, সাধুৱে লয় ধৰ্মৰ , শিল্পীয়ে শিল্পৰ,ভাৱপ্ৰৱণে সাহিত্যৰ,আৱেগপ্ৰৱণে সঙ্গীতৰ,কৰ্মবীৰে লয় জন-সেৱাৰ আৰু নিতান্ত মূঢ়জনে আশ্ৰয় লয় জুইৰ, পানীৰ,জৰীৰ।" 

নতুন পথ

হিতেশ ডেকা চন্দ্ৰ প্ৰকাশ ১৯৫৪ 🌼“মায়া-মোহৰ বাবেই মানুহে এই শূন্য সংসাৰখনকে মোৰ মোৰ বুলি আকোৱালি লৈ থাকে ৷ মায়াৰ বন্ধন আছে বুলিয়েইতো সংসাৰ চলি আছে ৷ মায়া অবিহনে সংসাৰ মিছা, জীৱন ৰসহীন ৷" 🌼 “মানুহে ট্ৰেজেডী পঢ়ি ভাল পায়, কিন্তু জীৱনটো ট্ৰেজেডী হোৱা ইচ্ছা নকৰে।  সাহিত্যত যি আদৰণীয়, জীৱনত সেয়ে হয় বৰ্জনীয় ৷জীৱনটো এটা কল্পনা নহয়, নিষ্ঠুৰ কৰ্তব্যৰে ভৰা,নিতান্ত বাস্তৱ” ৷ 🌼“এজনে এটা কাম কৰে এটা কাৰণত  আৰু আনজনে ভাবে অন্য উদ্দেশ্যত ।এই বুজাৰ ভুলৰ বাবেই মানুহৰ মাজত আহি পৰে বিশৃংখলতা ৷ হায়! মানুহৰ ভাব! কি ৰূপতেই প্ৰকাশ  হয় তাক কোনেও ক’ব নোৱাৰে” ৷ 🌼“মানুহে নিজৰ চিন্তাত ব্যস্ত থাকোতে অইনে তেওঁৰ বিৰুদ্ধে হুল পুতে। দেখা শত্ৰুতকৈ নেদেখা শত্ৰু আৰু  বেছি ভয়ংকৰ ৷ কিমান নিৰ্দোষী প্ৰাণীয়ে এনেকৈ সংসাৰত গুপ্ত ষড়যন্ত্ৰৰ বাবে বিপদৰ সন্মুখীন হ’ব লগা হয় তাৰ লেখ জোখ নাই ৷তুমি অন্যায় নকৰিলেও তোমাৰ অন্যায় কৰাতো জগতত অনেক আছে” ৷

কাঞ্চন

প্রিয় সংলাপ: 1)  মানুহে কয়, মই নিলাজী । আচলতে সমাজখন আৰু মানুহবোৰক মই ইমান নাঙঠভাবে দেখিছোঁ যে মই কোৱা কথাবোৰ সভ্যতাৰ পোছাক পিন্ধা মানুহে শুনিবলৈ বেয়া পায় । 2) ইমান সুন্দৰ বেলিটো, আৰু সৌ দূৰৈৰ পাহাৰবোৰ,, জানানে নদী মই বৰ ভাল পাওঁ, নদীখন ব্ৰহ্মপুত্ৰই হব লাগিব তেনে কোনো কথা নাই, এটা জুৰি হলেও হব,,, কিন্তু ৰৈ থকা পানী মোৰ ভাল নালাগে,,, ।। 3) পেটৰ ভোক যেতিয়া বাঢ়ি আহে, বুকুত এচপৰা শিলে হেঁচা মাৰি ধৰে। ক্ষোভ , অপমানত মানুহ হৈ জন্মাৰ বাবে ধিক্কাৰ ওপজে।। খাবলৈ পোৱা মানুহবোৰৰ ওপৰত প্ৰচণ্ড খং উঠে, ঈৰ্ষা হয়। বাকী দোকানীয়ে যেতিয়া অৱজ্ঞা কৰে, তিৰস্কাৰ কৰে, তেতিয়া মনে মনে তাক হত্যা কৰিবলৈ মন যায়। তেতিয়া মানুহ হৈ থাকিবলৈ মন নাযায়।

নীল প্রজাপতি

১.মানুহ প্ৰকৃততে কোনো কাৰো চিৰন্তন লগৰী নহয়। আমাৰ সুবিধাৰ বাবেহে আমি লগ বিচাৰো। ২.কেতিয়াবা পাহৰণিয়ে জীৱন সহজ কৰি তোলে। ৩.পৃথিৱীৰ ৰূপ তোমাৰ ওচৰলৈ নাহে, তুমি চাব জানিব লাগিব, সৌন্দৰ্যৰ সন্ধান জীৱনৰ আটাইতকৈ মোহনীয় যাত্ৰা, মানুহ বৰ দুৰ্ভগীয়া যি এয়া কৰিব নাজানে। ৪.কেতিয়াবা নিকটতমজনৰো মুখ অচিনাকী হৈ যায়, ৰিমঝিমৰ বাবে সকলো অচিনাকী হৈ গৈছে। তাই সজাৰ ধুনীয়া চৰাই, সজা ভাঙি উৰি যাবলৈ তাইৰ আকাশখনে মাতিছে, তাই আকাশখন আপোন কৰি লʼবই এদিন, সেই আকাশত সুজয় নাথাকিবও পাৰে, কিন্তু তাই উৰিবই। ৫.তোমাৰ বেয়া আৰু মোৰ বেয়াবোৰ উভয়ে গ্ৰহণ কৰিবলৈ শিকা। স্বামী-স্ত্ৰী একেলগে থকাটোহে কঠিন কথা, বিচ্ছেদ সহজ। ৬.মানুহৰ জীৱনত কোনো ঘটনা, ঘোষণা দি নঘটে। পৰিস্থিতি আৰু কিছুমান বিশেষ উপাদানে ঘটনা ঘটায়। এই দুৰ্বলতাবোৰ বাছি পেলাব লাগিব। দুৰ্বলতাবোৰ লহপহকৈ বাঢ়ি উঠিব পৰা পৰিৱেশবোৰ ভাঙি দিব লাগিব। ৭.এটা ভালপোৱা কামত বন্দী হোৱা মানে জীৱনক ভাল পাবলৈ শিকা।

অঘৰী আত্মাৰ কাহিনী

১.ডেকা মানুহজনে এটা খদ্দৰৰ দীঘল কুর্তা পিন্ধিছিল। চোলাটো তেওঁৰ গালৈ কিছু ঢিলা আৰু পুৰণি, আস্তিনকেটা বহল। চোলাটো কান্ধৰ ওচৰতে অলপ ফাটিছিল। বুকুৰ জেপটোত ফাউন্টেন পেনৰ সোণালী ক্লিপটো জিলিকি আছিল।পুৰণি যদিও চোলাটো মলিয়ন নহয়, পৰিষ্কাৰ।1 ২.জীৱনলৈ ভয় কৰি জীয়াই থকাটো আজিৰ মানুহৰ profession। অকলে জীয়াই থাকিবলৈ ভয় কৰা কাৰণেই তুমি বিজনেচ কৰিছা, মই এটা পলিটিকেল পাৰ্টিৰ অফিচত চাকৰি কৰিছো, অপৰাই ৰাজনীতি নে কিবা কৰি ফুৰিছে।50 ৩.বহুত কথা সহজে বুজিব নোৱাৰো কাৰণেই সকলো কথা বুজো বুলি ভবা এটা কমপ্লেক্স মোৰ আছে। আজিৰ মানুহ কিয় ইমান অসুখী জানা?কোনো যুগতে মানুহে নিজকে ইমান তন্নতন্নকৈ ফঁহিয়াই চোৱা নাছিল।এনেদৰে নিজক বুজিবলৈ চেষ্টা কৰা নাছিল। হয় মানুহ আছিল দেৱতা, নাইবা পশু। মানুহৰ ভাব-অনুভূতি, চেন্টিমেন্ট, ইন্তিস্কট্, কাম, কথা এইবোৰ প্রতিটোকে কাহানিও এনে নিষ্ঠুৰভাৱে বিশ্লেষণ কৰিবৰ যত্ন কৰা নাছিল। নিজৰ বিষয়ে মানুহৰ জ্ঞান যিমানে বেছি হৈছে, সিমানে মানুহ অসুখী হৈছে। জ্ঞান বৃক্ষৰ গুটি খোৱাৰ পৰিণাম পেৰেডাইজ লষ্ট-স্বর্গচ্যুতি।50 ৪.সুখী-অসুখীটো ৰাজহুৱা বা সমূহীয়া কথা নহয়, ব্যক্তিগত কথা। কোনো অঞ্চলৰ সকলো মানুহ দুখীয়া হ...

মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস

মা মৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস।উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৰ পটভূমিক মূল বিষয়বস্তু হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছিল।উপন্যাসখনৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে ১৯৮২ চনৰ সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰে। ১.ৰায়বেৰেলী। ১৯৭৮ চনৰ আহিন মাহ। ইউনিয়নৰ নতুন লীডাৰ যশোৱন্তই চাটাৰিং প্লেটৰ দম এটিৰ ওপৰত বহি আছিল। তাৰ সম্মুখত সৌৱা সাই নদী। এইখিনিতে এই নদীৰ দুয়োটা পাৰৰ বৰ বেছি শোভা নাই। নৈৰ গৰাই শুকান মাংসৰ বৰণ লৈছে। কিছু আঁতৰত সৌৱা বেহটা গাঁও। এজোপা প্রাচীন বট গছৰ তলত বেহটা গাঁৱে নিশ্চিন্ত হৈ এয়া যেন শুইহে আছে। সেই জোপা যেন বট গছ নহয়, সেয়া এখন ধ্বজা।ধ্বজাৰ তলত বেহটা গাঁৱে যেন শান্তিৰে সদায়ে বাস কৰি আহিছে। শান্তিৰে? দূৰৈৰ পৰা সিহঁতক শান্তিৰেই বাস কৰা যেন দেখা গৈছে।1 ২.গান্ধীৰ সামাজিক আৰু আর্থিক কার্য্যক্রম এনে অন্তৰ বিৰোধেৰে ভৰা যে ইয়াৰ মিল অসম্ভৱ কথা। গান্ধী হিন্দুস্থানী জনতাৰ আধ্যাত্মিক গোলামী ৰক্ষক। এই দুনিয়াৰ সকলোতকৈ ঘৃণিত বস্তুটিয়েই হৈছে ধর্ম।12 ৩.হেৰৌ তহঁতে নেজাননে। 'হৰিজনে স্পর...

সুদীৰ্ঘ দিন আৰু ঋতু

ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচনাৱলী, সম্পাদনা:পৰাগ কুমাৰ ভট্টাচাৰ্য,পৃষ্ঠা-৭২,৭৩,৭৪,৭৬ ১.সপোনৰ দেশৰ বাটচ'ৰাতে সময় গ'ল ঠেলা-হেঁচাত। ২.বুকুত বাঁহী মুখত শঙ্খ বাঁহীত যেনেকৈ নৈ শঙ্খ তেনেকৈ সময় ৩.শিল আৰু শিলৰ সংঘৰ্ষৰ মাজত থকা সোম স্বৰূপ জীৱন বৈ যাওঁক পোহৰ হৈ অমৃত হৈ। ৪.তেওঁৰ দুয়ো চকু ঠিক যেন স্বচ্ছ আয়না,প্রতিবিম্বিত তাত সত্যৰ মুখ। ৫.ঝাড়ুৰ আগৰ ধূলি হ'বলৈ মোৰ বুকুত লাগে ঝাড়ুৰ আগৰ ধূলি হোৱা দেখিলে মোৰ বুকুত লাগে আমাৰ দুয়োহাতে সূর্য প্রণাম কৰে মনে প্রদক্ষিণ কৰে সূর্য তথাপি মানুহৰ পৃথিৱীত, বন্দী পৰিস্থিতিৰ পোতাশালত। জন্মতে মানুহ মুক্ত।

শৃংখল

গ ল্প আৰু শিল্প, ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ চাৰিটা দশকৰ শ্ৰেষ্ঠ শিল্প,সম্পাদনা:হৃদয়ানন্দ গগৈ,পৃষ্ঠা-৪২৫,৪৫০,৪৬১,৪৭৭,৪৮০,৪৮১,৪৮৩,৪৮৪ ১.বৰশীত ঢোৰাসাপ লাগিলে মাছমৰীয়াৰ যেনেকুৱা উত্তেজনা হয়, কালিদাসৰ মুখামুখি হ'লে অম্বিকাৰো তেনেকুৱা এবিধ উত্তেজনা হয়। অবাঞ্ছিত, অখাদ্য, ভয়লগা অথচ বিষ নোহোৱা ঢোৰাসাপ, খং আৰু বিৰক্তিৰে হ'লেও সূতাডাল টনা-টনি কৰি অলপ ফুৰ্তি কৰিব পাৰি, আৰু লগে-লগে বৰশীটো সাপটোৰপৰা মুক্ত কৰাৰ চিন্তা কৰি উদ্বিগ্নও হ'ব পাৰি। ২.ৰবি চৌধুৰীয়ে পুস্তিকাখনৰ ওচৰতে লাৰু অনা বিস্কুটৰ পুৰণি টেমাটো থ'লে। কিয় ক'ব নোৱাৰো হঠাতে মোৰ ধাৰণা হ'ল, নাৰিকলৰ লাৰু এটাতকৈ পৃথিৱীৰ গোলকটো বহুত সৰু। ৩.গতিকে, বহুত বছৰৰ মূৰত আজি নাদটোৰ বোকা তোলা হৈছে। বোকা তোলা চাবলৈ অহা মানুহে নাদটোৰ পাৰ ভৰি পৰিছে। বোকাৰ লগত কি কি উঠিছে চাবলৈ পুলিচে বোকাবোৰ খচকিছে। ৪.কি প্রকাণ্ড ৰুমাল! কি প্রকাণ্ড ফুল! কি চিলাই। বহু বছৰৰ মূৰত চৌধুৰীৰ ৰুমালখন ৰিণিকি ৰিণিকি দেখা-দেখা লাগিল। সৰুমাওৰ গাটোৰ কথা মনত পৰিল। যোল বছৰমান বয়সত সৰিয়হ-কুঁহিয়াৰৰ মাজৰপৰা বাপেকৰ পাছে পাছে খোজ কাঢ়ি টাউনত এম-ভি পৰীক্ষা দিবলৈ অহা ছোৱালী; গাটোত...

মই আৰু নেফা

ইন্দিৰা মিৰিৰ মই আৰু নেফা,ইন্দিৰা মিৰিৰ আত্মজীৱনীমূলক গ্ৰন্থ। তেখেতৰ মৃত্যুৰ পিছত ড° তনয় জ্যোতি দুৱৰা  আৰু ড° বিতোপন দাৱই এই গ্ৰন্থখনিৰ সম্পাদনা কৰিছিল।২০০৩ চনত অসম বুক ট্ৰাষ্টে গ্ৰন্থখনিৰ প্ৰথম প্ৰকাশ কৰিছিল। উদ্ধৃতি ১.আজি ৯০ ৰে দেওনাত ভৰি দি উপলব্ধি কৰিছোঁ- বর্তমান - অর্থহীন অতীত সত্য ভবিষ্যৎ- নাই ২.আজি মোৰ বৰ্তমান সকলো কর্মেন্দ্রিয় নিষ্ক্রিয়, কাণেৰে নুশুনো, চকুৰে নমনো, মনেৰে ভাবিব নোৱাৰোঁ, পাণিপদ অচল।ভৱিষ্যৎ- আশু অন্তিমৰ অপেক্ষাত। এক জড় দেহত অকল শুনা- নুশুনা দুর্বল হৃদস্পন্দনেহে জীয়াই থকাৰ সংকেত দিছে। যেতিয়া জীৱন শুকাই গৈছে, জীৱনৰ সকলো মাধুৰী ম্লান হৈ গৈছে, তেতিয়া সেই শুকান নিৰস জীৱন অনুৰিত কৰি ৰাখিছে অকল অতীত স্মৃতিৰ ফাল্গুনীয়ে, আগুৱাই লৈ গৈছে ক্ষীণ প্রাণশক্তিক অন্তিমলৈ। ৩.অতীত- কোনে কয় অতীত মৰিল, গ'ল? অতীত সত্য। স্মৃতি মাথোঁ ৰৈ যায় অতীত কাহিনী গাই নিজৰ আৰু মৰণোত্তৰ নিকটজনৰ। সেয়েহে আজি অন্তিম কালত ইন্দ্রিয়-শূন্য, আগ্রহ-ৰহিত হৈয়ো মই মোৰ ক্ষীণ অতীত সুঁৱৰিছোঁ। ৪.অতীতত কোনো দিনেই ভবা নাছিলোঁ যে অতীত সত্য। মানুহৰ শেষ নিশ্বাসলৈ অতীতেহে জীয়াই ৰাখে। সেয়েহে অতীত কেতিয়াও সাৰথি থ'বলৈ ...

উপন্যাসৰ আৰম্ভণি বাক্য

খোজবোৰ পিছলি পিছলি যায়। -এখোজ, দুখোজ-এবেঁও,দুবেও। শুকান বালিত শুদা ভৰিৰ গোৰোহা পিছলা খোজ। মৰা-নদীৰ চেৰা সুঁতিত যৌৱন-শঙ্কিত প্ৰাণৰ ভীতু খোজ।আকাশত ফাগুনৰ হাঁহি। ~জীয়া-জুৰিৰ ঘাট চৈয়দ আব্দুল মালিক অন্তৰত বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা, সোণাৰৰ অকণমান সোণহালধীয়া লৈ গাঁওখনৰ এমুৰত থকা গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছোঁ। দিনতে আন্ধাৰ, যিখন হাবিত দেও-ভূত, বুঢ়া-ডাঙৰীয়া থাকে, জাৰকালি ফুট-গধূলিতে ফেউৰাই ফেউফেউ কৰে, হোঁকোৰা বাঘ ওলায়, ঢেঁকীয়াপতীয়াই হোঁকৰে। আমাৰ চুবুৰীৰ সৰুল'ৰা বৰদেউতাৰ পৰিয়ালৰ তিৰোতা মানুহ এগৰাকী বাহিৰ ফুৰিবলৈ যাওঁতে বাঘে খাই মৰা কথাটো সৰুতে শুনিছিলোঁ।  নীলমণি ফুকন পাহৰিব নোৱাৰিলোঁ যি শদিয়ালৈ নাযাবা শতফুল নাখাবা কেঁচাপাতত নাবান্ধিবা লোণ উপজিয়েই বুঢ়া হয় কোন? -কোন?কোন? -নাজানো...। নাজান! এইটোকে নাজান। হিঃ হিঃ হাঃ হাঃ.... যাঃ নেখেলোঁ- নেখেলোঁ.... মেৰেং দুপ-দাপকৈ ভৰি-হাত মাৰি প্ৰায় দৌৰি আহিল। অনুৰাধা শৰ্মা পূজাৰী মেৰেং বিপুলৰ মাকে জিকাটো দুটুকুৰা কৰি কটাৰীৰ আগেৰে সেইটোৰ মঙহ অকণমান মুখত দিলে; আগদাঁতেৰে সেইকণ চোবাই গম ল'লে- জিকাটো তিতা নে কি। কিছুমান জিকা আৰু ভোেল তিতা হয়; সেইকাৰণে জিক...

ছবি আৰু শব্দৰ কথকতা-Sobi Aru Xabdar Kothokotaৰ পাঁচটা বছৰ💛♥️

ছবি আৰু শব্দৰ কথকতা-Sobi Aru Xabdar Kothokotaৰ পাঁচটা বছৰ💛♥️ জনপ্ৰিয়তাৰ ধামখুমীয়াৰ পৰা নাতি দূৰৈত ৰৈ আৰম্ভ কৰা খোজটি আপোনালোকৰ আশীৰ্বাদত কুশলে থাকক🍁 ~~~~~~~ (কথাখিনি আগৰ♥️) এটা এটা খোজৰ পৰাই এদিন হাজাৰটা খোজ হ'ব🌻ছবি আৰু শব্দৰ কথকতাক ভালপোৱা প্ৰতিজনৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতাৰে♥️ "সমুখৰ বাট হেৰাই গ'লে   দূৰৈৰ তৰাবোৰে এদিন বাট দেখুৱাব" ~সমীৰ তাঁতী 🍁সপোন আৰু সৃষ্টিশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰে মানুহক শান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে। 🍁কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।ক'ৰবাত পঢ়া মনত পৰে-জীৱনৰ প্ৰতিটো খোজৰে শব্দ হ'ব লাগিব বুলি কোনো কথা নাই। 🍁ছবি আৰু শব্দৰ কথকতা তেনে এটা বিমুক্ত খোজৰ নাম। 🍁আজিৰ পৰা কেইবছৰমান পূৰ্বে "ছবি আৰু শব্দৰ কথকতা" শীৰ্ষক পেজখন খোলা হৈছিল।সেইসময়ত কৰি ভাল...

গল্প:প্ৰাণ পোৱাৰ পিছত চৈয়দ আব্দুল মালিক

শেষৰ নাচটো জুৰি আৰু হেমন্ত দুয়ো নাচিলে। নাচটোৰ নাম 'ৰাতি আৰু ৰজনীগন্ধা'। দিনৰ দিনটো নিজক পাতৰ আঁৰত লুকাই ৰাখি ৰাতিৰ কাৰণে অপেক্ষা কৰি থাকে ৰজনীগন্ধাই। লাহে লাহে সাজ গঢ়ে-ৰাতি আহে, গহীন খোজ, গাত পাতল বগা জোনাকৰ ৰহণ, মুখত স্নিগ্ধ কোমল স্বপ্নৰেখা, মূৰত ডাঠ ক'লা চুলিৰ ওপৰত ক'লা পাৰিৰ চেলেঙৰ ওৰণি;গাত লোৱা আকাশবুলীয়া কাপোৰখনত উজ্জল সোণবৰণীয়া তৰাৰ শাৰী। ৰাতিৰ আগমনত ৰজনীগন্ধাৰ পাহিবোৰ লাহে লাহে মেল খালে-এটা এটাকৈ। আকাশৰপৰা লাহে লাহে বাগৰি আহিল বগা জোনাকৰ ঢৌ। জোনাকক বুকুত লৈ আৰম্ভ হ'ল ৰজনীগন্ধাৰ নাচ। ৰজনীগন্ধাৰ কি আনন্দ! কি আবেশ। কি ছন্দ। আৰু কোনো নাই-ৰাতি আৰু ৰজনীগন্ধা। ৰজনীগন্ধাৰ নাচোন লাগি কঁপি উঠিল ৰাতিৰ বতাহ-কঁপি উঠিল ৰাতিৰ আকাশৰ নীলিমা। ৰাতিয়েও নাচিব ধৰিলে। নাচোঁতে নাচোঁতে কেতিয়াবা ৰাতিৰ বুকুত ৰজনীগন্ধা লুকাই পৰে, থাকে কেৱল জোনাক-শুভ্র বিমল জোনাক, কেতিয়াবা আকৌ ৰজনীগন্ধাৰ বুকুত লুকাই পৰে ৰাতি, থাকে কেৱল শুভ্র ৰজনীগন্ধাৰ জোনাক-সনা পাপৰিত নাচৰ ধৱল ছন্দ। নাচি নাচি দুয়ো আত্মহাৰা, উদ্‌ভ্ৰান্ত-যেন পৃথিৱীত আৰু কোনো নাই! লাহে লাহে পূব আকাশৰ হিৰণ্য গৰ্ভৰপৰা দুষ্টা উষাৰ ভৰিৰ শব্দ ...