কৃতজ্ঞতাৰ ডায়েৰী-08

 (তৰালী শৰ্মাৰ নামত🌷)


🌹Wishing you a very happy birthday baa♥️আপোনাৰ ভাগৰ জুৰুৱা কণ্ঠই মোক মোৰ সৰু পৃথিৱীখনৰ সৈতে বৰ সৰলকৈ সংপৃক্ত কৰি ৰাখে।য'ত মই মন গ'লেই হে'ৰাই যাওঁ,য'ত মই মোক নিজৰ ধৰণেৰে বিচাৰি পাওঁ।

🌹আপোনাৰ গানে,আপোনাৰ ব্যক্তিত্বই মোৰ দৰে বহুজনক নকৈ তুলি ধৰে,জীয়ন দিয়ে,জীৱনৰ প্ৰতি মৰম বঢ়াই গৈ থাকে।আপোনাৰ সুৰত শব্দই প্ৰাণ পাই নাচে।'তৰালী শৰ্মা' হৃদয়ৰ কণ্ঠ, প্ৰশান্তিৰ কণ্ঠ, আপুনি সুৰৰ ৰাণী।

🌹আপোনাৰ প্ৰতিটো সুৰ,প্ৰতিটো গান সোণৰ।যিমানেই পুৰণি হব,সিমানেই নকৈ উজ্জ্বলিব।

🌹You are just mesmerizing.Your songs never get monotonous,so much of hard work,dedication and love gets depicted in your songs.Some voices can create magic in our hearts and soothe the soul.Your are one of those voices.Just love and respect you♥️

মৰমেৰে 

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)