কৃতজ্ঞতাৰ ডায়েৰী-30


"Take the time to appreciate things in your life.Appreciate where you are in life and how far you have come.Gratitude attracts more blessings."

জীৱনে দিয়া প্ৰতিটো অংহিতি সুকীয়া,সুৰীয়া। তুমি বিচৰা সকলো সপোন এদিন সঁচা হ'ব।

চকু মেলিলেও, চকু জপালেও এতিয়া মাথোঁ তুমি প্ৰতিপল তোমাৰ সপোনবোৰৰ সৈতে উমলি থাকা,কৃতজ্ঞতাৰ ফুলেৰে জীৱনৰ শৰাইখন সজাই ৰাখা।মনত ৰাখিবা-কৃতজ্ঞ জীৱন এটাই সাফল্যৰ বাট নিজে নিজেই নিৰ্মাণ কৰিব পাৰে।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)