আশাফুল❤️

1.Papori baa I am Toslima DKD College Polsc depertment

নিয়মীয়া বাৰ্তাৰ তোমাৰ লেখাটো পঢ়িলো " অপেক্ষা" ইমান ধুনীয়াকৈ লিখিছা

বি:দ্র তোমাৰ কথা নৱনীতা বাইদেউ, বিভাগৰ প্ৰায়েই আমাক কৈয়ে থাকে। আমাৰ অনুপ্ৰেৰণা তুমি। ভাল ভাল লিখি যোৱা।

2.নিয়মীয়া বার্তাত প্রকাশিত আপোনাৰ 'অপেক্ষা মানেই সম্ভাৱনা' পঢ়ি ভাল লাগিল।সময়ৰ সোঁতত অপেক্ষা কৰিবলৈ শিকি গৈছো। চৰকাৰী চাকৰিৰ বাবে হোৱা পৰীক্ষাসমূহ দিঁও আৰু ৰিজাল্ট দিওঁতে বহু পলম কৰে। প্ৰথমতে ৰৈ ৰৈ বিৰক্তি লাগিছিল কিন্তু এনেকৈয়ে ধৈর্য ধৰিবলৈ শিকি গলো যিকোনো ফলাফলৰ বাবে। বর্তমান অপেক্ষা কৰিবলৈ আমনি নলগা হ'ল।

মই স্বপ্নীল কলিতা

3.Good evening baa. Moi Kankana from Nagaon. Aji Niyomiya bartat apunar article " Apeksha manei sambhabona" Pohi bohut apluto holu.. Your writing gives me the most requisite lesson to calm down my anxiety resulted from waiting. From last two months I am desperately waiting to have my phd report which seems very worrisome at times. Aji apunar article tu podhi revitalize hua jen feel hol. Thank you.

There is a clarification.. hope I am not disturbing you.. Initially I called you baa.. Your writing seems so matured so its comes up spontaneously. Then I realize you might be a very young girl. Bdw m 31 nd an expecting mom. If you r younger then I m sorry.

4.নিয়মীয়া বার্তাত আপোনাৰ লেখাটো পঢ়ি ভাল পালো। ধর্মেন্দ্ৰ বৰুৱা।

5.লেখাটি ভাল পালো। উৎপল দত্ত

6.Nice write-up in Niyamiya Barta

~Ranjan Choudhary

7.নিয়মীয়া বার্তাত প্রকাশিত আপোনাৰ 'সৃজনীশীলতা অথপূর্ণ জীৱনৰ মহৌষধ' পঢ়ি ভাল লাগিল।'পাঠ্যক্ৰম আৰু নম্বৰৰ দৌৰত ছাত্র ছাত্ৰীৰ থকা সৃজনীশীলতা বিকশিত কৰা থল নোহোৱা হয়'- আপুনি লিখা এই বাক্যটো হাড়ে হিমজুৱে অনুভৱ কৰো।

8.'বিদ্যা দদাতি বিনয়ম' শীর্ষক লেখাটো আজি আকৌ পঢ়িলো। আজি গভীৰতা লৈ গৈ পঢ়িলো, সঁচা অৰ্থত আদর্শণীয় লেখা।For the inner life to flourish, everyone needs to be touched by someone.

~মণিকা দুৱৰা

9.বাইদেউ নমস্কাৰ,আজি নিয়মীয়া বার্তাত প্রকাশিত আপোনাৰ লেখাটো পঢ়ি ভাল পালোঁ।

~সমুজ্জল বৰা

10.Apuni jua kali niyomiya bartar likhoni tu porhi khub val lagil. Jothesto mohotto thoka aru govir orthopurno.

~ৰাকেশ...

11.আপোনাৰ recent newspaper article tu পঢ়ি ভাল লাগিল... @সময়,Time heals everything,Regards, Debashis Puzari SDO, PWRD (Dibrugarh)

12.ইমান সুন্দৰ লিখা তুমি!বহুত পৰিপক্ক অনুভৱবোৰ।'কৰি ভালপোৱা কামবোৰেই মানুহক প্রশান্তি দিয়ে, জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে। প্রদান কৰে অমল সুখ। এই সুখৰ তুলনা নাই, এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্রণা।' - এইখিনি কথাই মন চুই গ'ল!


13.কিছুমান মানুহ সুবাসিত বনফুলৰ দৰে, তেনে এগৰাকী উজ্জ্বল ব্যক্তিত্বৰ অধিকাৰী "উজ্জয়িনী"ৰ সৈতে গ্ৰন্থমেলাৰ বাকৰিত এখিনি সমৃদ্ধ সময়। এনেকুৱা মানুহক লগ পালে এনেকুৱা লাগে, আচলতে জীৱনটোত কৰিব পৰা বহুত কাম আছে।ভালে থাকক আপুনি।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)